Share and Enjoy !

Shares

আজি অসমত অন্তিম নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩খনকৈ জনসভাত অংশগ্ৰহণ কৰিব।

বৰপেটা, হোজাই আৰু ডিব্ৰুগড়ত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

পুৱা ১১ বজাত বৰপেটাত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমখন জনসভা।

দুপৰীয়া হোজাইত দ্বিতীয়খন জনসভা প্ৰধানমন্ত্ৰীৰ। বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়খন জনসভা ডিব্ৰুগড়ত।

Leave a Reply

Your email address will not be published. Required fields are marked *