আজি কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ নিৰ্বাচনী প্ৰচাৰ।
উজনি আৰু উত্তৰ অসমত প্ৰচাৰ চলাব নাড্ডাই।
তিনিচুকীয়াৰ ৰূপাই হাইস্কুল খেলপথাৰত জে পি নাড্ডাৰ প্ৰথমখন সভা।
লখিমপুৰত দ্বিতীয়খন সভা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।
দলীয় প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ।