সৰুপথাৰৰ বিজেপি প্রাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ গ্রেনেড নিক্ষেপ দুৰ্বৃত্তৰ।
বিলগাঁও চাংপুলৰ বাসগৃহলৈ গ্রেনেড নিক্ষেপ দুৰ্বৃত্তৰ।
বাসগৃহটোত ৰখীয়াগৰাকীৰ বাদে উপস্থিত নাছিল কোনো লোক।
ঘটনাক লৈ অঞ্চলটোত তীব্র চাঞ্চল্য।
ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল বিশ্বজিৎ ফুকনৰ।