Share and Enjoy !

Shares

বিহুৰ আনন্দ উল্লাহৰ মাজতে তিতাবৰত শোকাৱহ পথ দুৰ্ঘটনা ।

মালবাহী বলেৰ’ পিকাপৰ খুণ্ডাত থিতাতে নিহত বাইক আৰোহী ।

তিতাবৰৰ বান্দৰচলীয়াত সংঘটিত হৈছে এই পথ দুৰ্ঘনাটো ।

বান্দৰচলীয়াৰ পৰা তিতাবৰ দিশে আহিছিল বাইক আৰোহীজন ।

বাইকৰ তেল শেষ হোৱাত বাইক খন ৰখাওতেই পিচফালৰ পৰা বাহন খনে খুন্দা মাৰে লোক জনক ।

নিহত লোকজন বান্দৰচলীয়া বটিয়াজানৰ যতীন বৰপাত্ৰ গোহাঁই ।

ইতিধ্যেই দুৰ্ঘটনা সংঘটিত কৰা বলেৰ পিকাপ সহ চালকক আটক কৰিছে তিতাবৰ আৰক্ষীয়ে ।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখন চৰাইদেউ বৰহাটৰ ।

বাহন খনৰ নম্বৰ AS23-BC-5827 বাইকখনৰ নম্বৰ AS 03 Q 6351।

Leave a Reply

Your email address will not be published. Required fields are marked *