Share and Enjoy !

Shares

নিশা কামৰূপৰ বংশৰত ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত দুজন, গুৰুতৰভাৱে আহত এজন।

নিহত দুইজন যুৱক ক্ৰমে ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নয়ন কলিতা বুলি জানিব পৰা গৈছে।

শুৱালকুছি পলাশবাৰী নৱনিৰ্মিত দলঙত শ্ৰমিক হিচাপে কাম কৰিছিল যুৱক কেইজনে।

নিজৰ কাম শেষ কৰি ঘৰমুৱা হৈছিল যুৱক কেইজন।

দুৰ্ঘটনা সংঘটিত হোৱা মটৰচাইকেলৰ খনৰ নম্বৰ AS 01 FL 1980।

তিনিওজন যুৱকৰে ঘৰ কামৰূপৰ হালোগাঁওত।

Leave a Reply

Your email address will not be published. Required fields are marked *