যোৰহাটৰ বিভিন্ন স্থানত পৌৰসভাৰ উচ্ছেদ অভিযান।
যোৰহাটৰ পুৰণা চিভিলৰ সমীপৰ ফুটপাথ,কচুৰী গলি,বৰুৱানি বাট,আৰু এটি ৰোডত অস্থায়ীভাৱে থকা পদপদৰ দোকান সমূহ আজি উঠাই নিয়াৰ নিৰ্দেশ দিয়ে যোৰহাট পৌৰসভাই।
লগতে ফুটপথৰ দোকান সমূহৰ পৰা জৰিমনা বিহে। যোৰহাটত সৃষ্টি হোৱা যাঁনযঁতৰ সমস্যা নোহোৱা কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে যোৰহাট পৌৰসভাই।