পুনৰ আটক বিতৰ্কিত ভিক্টৰ দাসক।
জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে ভিক্টৰ দাসক।
পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত আটক ভিক্টৰক।
আৰক্ষীৰ এটা বৃহৎ দলে দদৰাস্থিত ঘৰৰ পৰা আটক বিতৰ্কিত ভিক্টৰক।
বৰ্তমান ভিক্টৰক জালুকবাৰী থানাত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।