Share and Enjoy !

Shares

ভাৰতীয় জনতা পাৰ্টিৰ ঐতিহাসিক বিজয়।।

অসম, পশ্চিমবংগ আৰু পুডুচেৰীত ভাৰতীয় জনতা পাৰ্টিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত ৰাজ্য তিনিখনৰ ভোটাৰক কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

দিল্লীৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত প্রধানমন্ত্ৰী মোদীয়ে কয়, ‘‘অসম, পশ্চিম বংগ, পুডুচেৰী, তামিলনাডু আৰু কেৰালামৰ জনসাধাৰণৰ প্ৰতি মই কৃতজ্ঞ।’’ বিজেপিৰ নেতা-কৰ্মী আৰু ভোটাৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আপোনালোকে নতুন ইতিহাসৰ চিত্ৰনাট্য লিখিছে।’’ তেওঁ এই জয়ক এক লেণ্ডমাৰ্ক ভিক্টৰী বুলি বৰ্ণনা কৰি তাৰ বাবে ভোটাৰসকলক কৃতিত্ব দিয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *