নগাঁৱৰ বৰঘাট বাইপাছত বিলাসী বাহনত ভয়ংকৰ অগ্নিকাণ্ড
ৰাজপথত দাও-দাওকৈ জ্বলিল এখন বিলাসী বাহন
জুইত সম্পূৰ্ণৰূপে ভস্মীভূত বাহনখন
ভস্মীভূত বাহনখনৰ নম্বৰ AS01GL 6990 বুলি জানিব পৰা গৈছে
ইউ টাৰ্ণ লোৱাৰ সময়তে এখন ডাম্পাৰে খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো
কথমপি প্ৰাণ ৰক্ষা বাহনখনত থকা লোকৰ