Share and Enjoy !

Shares

দেৰগাঁৱৰ কাকডোঙা নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ

উদ্ধাৰ হোৱা মৃত যুৱকজন কাজিৰঙা বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং চূড়ান্ত বৰ্ষৰ ছাত্র বুলি জানিব পৰা গৈছে

মৃত যুৱকজন নাগালেণ্ড কিপহীৰ ২৪ বছৰীয়া ছাত্রজন টি চালিবা চংতম বুলি জানিব পৰা গৈছে

মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে গোলাঘাট অসামৰিক চিকিৎসাৰলয়লৈ প্রেৰণ

ছাত্রজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই

ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

Leave a Reply

Your email address will not be published. Required fields are marked *