ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ

Share and Enjoy !

Shares

ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগৰ সিদ্ধান্ত।

ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি মহন্তৰ।

ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভাস্কৰজ্যোতি মহন্তৰ।

ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ মহন্তৰ।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ পাছতে ভাস্কৰজ্যোতি মহন্তৰ ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন দাখিল কৰা হৈছিল। RTI আবেদনলৈ চাই মহন্তক পদত্যাগৰ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাস্কৰ জ্যোতি মহন্তই।

Leave a Reply

Your email address will not be published. Required fields are marked *