Share and Enjoy !

Shares

পুখুৰীত ভৰি ধুবলৈ গৈ পানীত পৰি সলিল সমাধি ছাত্ৰীৰ।

স্থানীয় ৰাইজৰ প্ৰচেষ্টাত পুখুৰীৰ পৰা উদ্ধাৰ ছাত্ৰী দুগৰাকীৰ মৃতদেহ।

জানিব পৰা মতে, স্কুল যোৱাৰ সময়ত ৰাস্তাৰ কাষৰ থকা এটা পুখুৰীত ভৰি ধুবলৈ গৈছিল ছাত্ৰী দুগৰাকী।সেইসময়তে ভৰি পিছল খাই পানীত পৰি মৃত্যু হয় ছাত্ৰীদুগৰাকীৰ।

মৃত ছাত্ৰীদুগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত আছিল।।

ছাত্ৰীদুগৰাকী ঢোলমাৰা হাইস্কুলৰ ছাত্ৰী আছিল। অনামিকা বাৰা আন এগৰাকী শাৰিতা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত উপস্থিত কোকৰাঝাৰ আৰক্ষী।

 

Leave a Reply

Your email address will not be published. Required fields are marked *