Share and Enjoy !

Shares

অসম বিধানসভাৰ সন্মুখত নিশা শোকাৱহ দুৰ্ঘটনা।

প্ৰচণ্ড বেগত বৈদ্যুতিক খুঁটাত খুন্দা মটৰ চাইকেলৰ।

দুৰ্ঘটনাৰ পাছতে বাহনসহ অগ্নিদগ্ধ চালক।

অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু ধেমাজিৰ বাসৱ ৰাজ চুতীয়া নামৰ যুৱকজনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *