Share and Enjoy !

Shares

পুনৰ হাইলাকান্দিত ৰে’ল দুৰ্ঘটনা।

দুমাহৰ ভিতৰত চতুৰ্থটো ৰে’ল দুৰ্ঘটনা।

চহৰ তলীৰ বাউৰঘাট প্ৰথম খণ্ডত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

শিলচৰ-ভৈৰৱী যাত্ৰীবাহী ৰে’লৰ তলত পৰি মৃত্যু এগৰাকী কিশোৰীৰ।

ঘটনাস্থলীতে কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এতিয়ালৈকে চিনাক্ত হোৱা নাই মৃত কিশোৰীগৰাকী।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি।

ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী মৃতদেহ উদ্ধাৰৰ প্ৰক্ৰিয়া অব্যাহত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *