নগাঁৱৰ হেৰাপট্টিত উত্তপ্ত পৰিস্থিতি।
ড্ৰাগছ বেপাৰীৰ ঘৰ ভাঙিলে স্থানীয় ৰাইজে।
ড্ৰাগছ বেপাৰীৰ দুচকীয়া বাহনতো অগ্নিসংযোগ ৰাইজৰ।
হেৰাপট্টিৰ বৃদ্ধি পাইছিল ড্ৰাগছৰ সৰবৰাহ।
ড্ৰাগছ সেৱন কৰি মৃত্যুমুখত পৰিছে অঞ্চলটোৰ এজন যুৱক।
তাৰ পিছতেই প্ৰায় দহটাকৈ ড্ৰাগছ বেপাৰীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে ৰাইজে।