Share and Enjoy !

Shares

নতুন মন্ত্ৰীসভাত স্থান পাব পাৰে ডাঃ ৰণোজ পেগুৱে। ডাঃ ৰণোজ পেগু থাকিব পাৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত।

পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পাব পাৰে বিমল বড়াই। বিগত কাৰ্যকালত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্ব পালন কৰিছিল বিমল বড়াই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে পীযুষ হাজৰিকাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মৰা মন্ত্ৰীসভাত পুনৰ স্থান লাভ কৰিব পাৰে জয়ন্ত মল্লবৰুৱায়ো।

সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে বৰাকৰ বিধায়ক কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে।

নতুন মন্ত্ৰীসভাত স্থান পাব পাৰে সুশান্ত বৰগোঁহায়ে। লগতে অশ্বিনী ৰায় সৰকাৰেও পাব পাৰে মন্ত্ৰিত্ব।

বিধায়ক পল্লৱ লোচন দাসেও লাভ কৰিব পাৰে মন্ত্ৰিত্ব।

কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিয়ে জয়লাভ কৰিবলৈ সক্ষম হোৱা ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান পাব পাৰে

আনহাতে, মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে শদিয়াৰ বিধায়ক বলিন চেতিয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *