Share and Enjoy !

Shares

নুমলীগড়ত হাতী মানুহৰ সংঘাতৰ ভয়াবহ ৰূপ। চাহ বাগিচাত আশ্ৰয় লৈ থকা বন্যহস্তীৰ মানুহলৈ চোঁচা। লেটেকুজান চাহ বাগিচাত অৱস্থান হাতীৰ জাকৰ।

দীৰ্ঘদিন ধৰি হাতীৰ এটা জাকে খাদ্যৰ সন্ধানত বিচৰণ কৰি আছে বাগিচাখনত। হাতীৰ জাকটোৰ বিচৰণত ত্ৰস্তমান বাগিচাৰ শ্ৰমিকসকল।

তাৰ মাজতে একাংশই হাতীৰ জাকটোক আতৰাই পঠাবলৈ চেষ্টা কৰোঁতেই ওভতি ধৰি চোঁচা লোৱা দেখিবলৈ পোৱা গৈছে। যাৰ বাবে আতংকিত হৈ পৰিছে লোকসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *