Share and Enjoy !

Shares

কাইলৈ ১২ বাজি ৪৫ মিনিটত জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান

মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকা…

নতুন মন্ত্ৰীসভাত স্থান পাব পাৰে অশোক সিংহলে। অশোক সিংহল থাকিব পাৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত।

নতুন মন্ত্ৰীসভাত স্থান পাব পাৰে ডাঃ ৰণোজ পেগুৱে। ডাঃ ৰণোজ পেগু থাকিব পাৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে পীযুষ হাজৰিকাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মৰা মন্ত্ৰীসভাত পুনৰ স্থান লাভ কৰিব পাৰে জয়ন্ত মল্লবৰুৱায়ো।

পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পাব পাৰে বিমল বড়াই। বিগত কাৰ্যকালত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্ব পালন কৰিছিল বিমল বড়াই

পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পাব পাৰে কেৱশ মহন্তই

সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে বৰাকৰ বিধায়ক কৌশিক ৰায়

আনহাতে, মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে শদিয়াৰ বিধায়ক বলিন চেতিয়াই।

নতুন মন্ত্ৰীসভাত স্থান পাব পাৰে সুশান্ত বৰগোঁহাই,ময়ুৰ বঢ়াগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱাৰ । সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে

অশ্বিনী ৰায় সৰকাৰেও পাব পাৰে মন্ত্ৰিত্ব।

নতুন মন্ত্ৰীসভাত স্থান পাব পাৰে তুলিৰাম ৰংহাঙে

কৃষ্ণেন্দু পালে।আৰু ৰাজদ্বীপ ৰায়ে নতুন মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভৱনা

বিধায়ক পল্লৱ লোচন দাসেও লাভ কৰিব পাৰে মন্ত্ৰিত্ব।

কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিয়ে জয়লাভ কৰিবলৈ সক্ষম হোৱা ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান পাব পাৰে

পদ্ম হাজৰিকা হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান পাব পাৰে

Leave a Reply

Your email address will not be published. Required fields are marked *