Share and Enjoy !

Shares

IPS মহেশ দীক্ষিত হ’ব IBৰ সঞ্চালক

কেন্দ্ৰীয় চৰকাৰে।জ্যেষ্ঠ IPS বিষয়া মহেশ দীক্ষিতক এই দায়িত্ব দিছে

কেবিনেটৰ নিযুক্তি সমিতিয়ে অনুমোদন জনোৱা নিৰ্দেশ অনুসৰি, ১৯৯৩ বৰ্ষৰ তেলেংগানা কেডাৰৰ IPS বিষয়া মহেশ দীক্ষিতে দায়িত্ব গ্ৰহণ কৰাৰ দিনটোৰ পৰা দুবছৰীয়া কাৰ্যকালত ব্যুৰোৰ সঞ্চালক হিচাপে দায়িত্ব পালন কৰিব।
মহেশ দীক্ষিতক IBৰ সঞ্চালক হিচাপে নিযুক্তি বৰ্তমান IBৰ বিশেষ সঞ্চালক হিচাপে কৰ্মৰত দীক্ষিত

মহেশ দীক্ষিতে আইবি বিদায়ী সঞ্চালক অসম সন্তান তপন কুমাৰ ডেকাৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ৩০ জুনত তপন ডেকাৰ কাৰ্যকাল শেষ হোৱাৰ পাছতে এই দায়িত্ব লব মহেশ দীক্ষিতে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *