Username সম্পৰ্কীয় WhatsAppৰ নতুন Feature মুকলি। ভাৰততো এই ফিচাৰ উপলব্ধ হোৱাৰ কথা আছিল।
Whatsappৰ এই নতুন ফিচাৰ মকুলিৰ লগে লগেই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মেটাক এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰে। Username ফিচাৰ সম্পৰ্কীয় সবিশেষ তথ্য অনাগত ৩ দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক জনাবলৈও মেটাক নিৰ্দেশ দিয়া হৈছে। লগতে এই বিষয়টোক লৈ পাৰস্পৰিক আলোচনাৰ জৰিয়তে কোনো চূড়ান্ত সিদ্ধান্ত নোলোৱা পৰ্যন্ত ভাৰতত Whatsappৰ এই Username ফিচাৰ মুকলি নকৰিবলৈ কেন্দ্ৰই কঠোৰ নিৰ্দেশ দিছে।