Share and Enjoy !

Shares

বান পৰিস্থিতিক লৈ উদ্বিগ্ন উত্তৰ পূব সীমান্ত ৰে’লৱে’

– অসমৰ ৰে’ল পথত ৩০টা স্পৰ্শকাতৰ স্থান চিনাক্ত

– লামডিঙৰ পৰা বদৰপুৰ সংযোগী ৰে’ল ট্ৰেকত চিনাক্ত অঞ্চলসমূহ

– লখিমপুৰ, ধেমাজিটো চিনাক্ত কেইবাটাও স্পৰ্শকাতৰ অঞ্চল

– অঞ্চল কেইটাত অতিৰিক্ত ষ্টেচনাৰী ৱাটচমেনৰ ব্যৱস্থা

– NF ৰে’লৱে’ই চিনাক্ত কৰা স্পৰ্শকাতৰ অঞ্চলত বিশেষ ব্যৱস্থা

– বাৰিষাৰ সময়ত অঞ্চলকেইটাত অতিৰিক্ত ষ্টেচনাৰী ৱাটচমেন নিয়োগ

-প্রতি ৫০ কি. মি এৰিয়াত ষ্ট’ৰেজ ইউনিটৰ ব্যৱস্থা

– চিমেন চাপৰিৰ দলঙৰ নক্সা সাজু কৰি আছে RDSO টীমে

দলং খন কিছু দীঘলকৈ বনাই সমস্যাটোৰ স্থায়ী সমাধানৰ চিন্তা

– NF ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শর্মাই জনালে এই কথা

Leave a Reply

Your email address will not be published. Required fields are marked *