বজালীত জোৰ সমদল সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত এই প্ৰতিবাদ। বিজেপি চৰকাৰ মিছলীয়া, অসম চৰকাৰ মিছলীয়া, No ST No Rest, জনজাতি আমাৰ নায্য দাবী আদি ধ্বনিৰে জোৰ সমদল আক্ৰাছুৰ। ট্ৰাইবেল সংঘক কোচ ৰাজবংশী সকলৰ ওপৰত মাত নামাতিবলৈ সকিয়নী আক্ৰাছুৰ। আঁচনিৰ পৰিবৰ্তে জনজাতীকৰণৰ দাবী,মহিলা সকলক আঁচনি নল’বৰ বাবে আহ্বান। জনজাতিকৰণ নহ’লে ২৬ ৰ নিৰ্বাচনত বিধি-পঠালি দিয়াৰ হুংকাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ।বজালীত জোৰ সমদল সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত এই প্ৰতিবাদ। বিজেপি চৰকাৰ মিছলীয়া, অসম চৰকাৰ মিছলীয়া, No ST No Rest, জনজাতি আমাৰ নায্য দাবী আদি ধ্বনিৰে জোৰ সমদল আক্ৰাছুৰ। ট্ৰাইবেল সংঘক কোচ ৰাজবংশী সকলৰ ওপৰত মাত নামাতিবলৈ সকিয়নী আক্ৰাছুৰ। আঁচনিৰ পৰিবৰ্তে জনজাতীকৰণৰ দাবী,মহিলা সকলক আঁচনি নল’বৰ বাবে আহ্বান। জনজাতিকৰণ নহ’লে ২৬ ৰ নিৰ্বাচনত বিধি-পঠালি দিয়াৰ হুংকাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ।

Share and Enjoy !

Shares

বজালীত জোৰ সমদল সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ।

জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত এই প্ৰতিবাদ।

বিজেপি চৰকাৰ মিছলীয়া, অসম চৰকাৰ মিছলীয়া, No ST No Rest, জনজাতি আমাৰ নায্য দাবী আদি ধ্বনিৰে জোৰ সমদল আক্ৰাছুৰ।

ট্ৰাইবেল সংঘক কোচ ৰাজবংশী সকলৰ ওপৰত মাত নামাতিবলৈ সকিয়নী আক্ৰাছুৰ।

আঁচনিৰ পৰিবৰ্তে জনজাতীকৰণৰ দাবী,মহিলা সকলক আঁচনি নল’বৰ বাবে আহ্বান।

জনজাতিকৰণ নহ’লে ২৬ ৰ নিৰ্বাচনত বিধি-পঠালি দিয়াৰ হুংকাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *