Share and Enjoy !

Shares

চচলৰ পৰা পুনৰ SFI ৰ কমৰেড আৰু শিক্ষাৰ্থীক আটক আৰক্ষীৰ।

SFI ৰ সম্পাদক ৰাজদ্বীপ মহন্তসহ প্ৰায় অৰ্ধ শতাধিক শিক্ষাৰ্থীক বাছত চোচৰাই উঠাই লৈ যায় আৰক্ষীয়ে।

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে বন্দে মাতৰম গাই উল্লাস কৰিছিল শিক্ষাৰ্থীসকলে ।

চচলৰ ধৰ্ণাস্থলীত একত্ৰিত হোৱা সকলোকে আটক কৰিছে আৰক্ষীয়ে।

আৰক্ষীক মেলডী বিতৰণ কৰি বিজয় উল্লাস SFI ৰ কমৰেডসকলৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *