Share and Enjoy !

Shares

নিশা কামপুৰ শালমৰাৰ নতুন বজাৰত আৰক্ষীৰ অভিযান

অভিযানত জব্দ তিনি জাঁই সজীৱ গুলীসহ এটা পিষ্টল

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে তিনিজন যুৱকক

আটকাধীন যুৱককেইজন ফইজুল ইছলাম, জাহাংগীৰ আলম আৰু আচিক উল্লাহ বুলি জানিব পৰা

ডকাইতি কৰা উদ্দেশ্যৰে আহিছিল দলটো

ধৃত ৩ যুৱকৰ পৰা তিনিটা ম’বাইল আৰু এখন বাহন জব্দ কৰে

জব্দকৃত বাহনখনৰ নম্বৰ- AS02-AQ-6778

অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

Leave a Reply

Your email address will not be published. Required fields are marked *