জামুগুৰিহাটৰ তৌভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷
বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষৰ ফলত দুজন যুৱক গুৰুতৰভাৱে আহত হয়৷
আহত দুজনৰ নাম লিয় তপ্ন (৩০) আৰু বিশাল দাস (২২) বুলি জানিব পৰা গৈছে৷
গুৰুতৰভাৱে আহত দুয়োজনকে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷
দুৰ্ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷