বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাৰ দল ত্যাগ ব্যক্তিগত কাৰণত দল ত্যাগ কৰা বুলি উল্লেখ পুনাৱালাৰ ।
এই সন্দৰ্ভত বিজেপিয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে বৃহস্পতিবাৰে তেওঁৰ এক্স হেণ্ডেলৰ জৰিয়তে অত্যন্ত ব্যক্তিগত কাৰণত দল এৰা বুলি সদৰি কৰিছে।
উল্লেখযোগ্য যে, ২০১৭ চনত তেওঁ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল। তাৰ পাছতে বিজেপিয়ে পুনাৱালাক দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ দায়িত্ব দিছিল।