Share and Enjoy !

Shares

বজালীৰ বাটুৱাত মৰ্মান্তিক ঘটনা ।

ৰে’ল পথ অতিক্ৰম কৰিবলৈ গৈ মৃত্যুক সাৱটিলে এগৰাকী ছাত্ৰীয়ে ।

ছাত্ৰী গৰাকী বাটুৱাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জুৰিয়া খাতুন ।

কুৰোবাহাৰ জোনাকী হাইস্কুলত আছিল ছাত্ৰী গৰাকী ।

ইপিনে ছাত্ৰী গৰাকীক বচাবলৈ গৈ মৃত্যুক আঁকোৱালি ল’লে আন এজন লোকে ।

লোকজন বজালীৰ বৰবড়ীৰ আলাল উদ্দিন ।

চিফুং নামৰ যাত্ৰীবাহী ৰে’লখনে মহতিয়াই নিয়ে দুয়োজনক।

ঘটনাক লৈ তীব্ৰ উত্তেজনা বজালীৰ বাটুৱাত ।

উত্তেজিত ৰাইজে ৰে’ল গেটৰ বাবে ৰে’লপথ অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

Leave a Reply

Your email address will not be published. Required fields are marked *