Share and Enjoy !

Shares

হাজোৰ শাক্তিবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী বাছ আৰু মটৰ চাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ

সংঘৰ্ষত থিতাতে নিহত দুজন।

থিতাতে নিহত বিপৰীত দিশৰ পৰা অহা বাইক আৰোহী দুগৰাকী।

নিহত দুয়োগৰাকী বাইক আৰোহীৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন বৰপেটা অভিমুখী “কবিৰ” নামৰ বাছখনৰ চালকৰ।

নিহত আৰোহী দুজনৰ মটৰ চাইকেল নম্বৰ AS-14-S-5510।

ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ নিহত বাইক আৰোহী দুজনক সম্প্ৰতি হাজো থানাত মৰ্গত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *