খানাপাৰাত জব্দ বুজন পৰিমাণৰ বিলাতী সুৰাখানাপাৰাত জব্দ বুজন পৰিমাণৰ বিলাতী সুৰা

Share and Enjoy !

Shares

খানাপাৰাত জব্দ বুজন পৰিমাণৰ বিলাতী সুৰা।

আবকাৰী বিভাগে জব্দ কৰে বিলাতী সুৰাখিনি।

মণিপুৰলৈ সৰবৰাহৰ সময়তে জব্দ কৰে মেঘালয়ৰ সুৰাখিনি।

জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা ।

এজন ট্ৰাকত নুদোলচ্ কাৰ্টনৰ ভিতৰত ভৰাই আনিছিল সুৰাখিনি।

গোপন তথ্যৰ ভিত্তিত অভিযান চলায় আবকাৰী বিভাগে।

আবকাৰী বিভাগৰ অভিযানত ট্ৰাকখনত ওলাল ৪৯২ কাৰ্টন বিলাতী সুৰা।

ট্ৰাক খনৰ নম্বৰ NL 01 AJ 2125 , আটক কৰে এজন চালকক।

Leave a Reply

Your email address will not be published. Required fields are marked *