Share and Enjoy !

Shares

তামুলপুৰৰ এন চি আঙাৰকাটাৰ শিৱপুৰত বন্যহস্তীৰ সন্ত্রাস

বন্যহস্তীৰ আক্রমণত নিহত এগৰাকী মহিলাৰ

নিহত মহিলাগৰাকীৰ নাম অঞ্জলি মণ্ডল বুলি জানিব পৰা গৈছে

হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এটি কিশোৰো

আহত কিশোৰগৰাকী শুভংকৰ মণ্ডল বুলি জানিব

শুভংকৰ মণ্ডল বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

হাতীৰ আক্রমণৰ পৰা কথমপি প্রাণৰক্ষা ভবেন মণ্ডল নামৰ লোকজনৰ

নিশা জাকৰ পৰা ফালৰি কাটি দুটা হাতীয়ে চলাইছিল সন্ত্রাস

Leave a Reply

Your email address will not be published. Required fields are marked *