কলাইগাঁৱত মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ।
কলাইগাওঁ আঞ্চলিক ছাত্ৰ সন্থাই মূল্য বৃদ্ধিৰ বিৰুদ্ধে শৱদেহ যাত্ৰা কৰে।
কলা গাওঁ চহৰৰ মাজেৰে যোগান বিভাগৰ শৱদেহৰ পুত্তলিকা লৈ শোভাযাত্ৰা কৰি কলাইগাঁও থানাৰ সন্মুখত পথ অৱৰোধ কৰি শৱদেহ দাহন কৰে ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে।
সমান্তৰালভাৱে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ সন্থাৰ কৰ্মীসকলে।