Share and Enjoy !

Shares

এক গোপন সূত্ৰৰ ভিত্তিত গুৱাহাটী মহানগৰীত আৱকাৰী বিভাগৰ অভিযান

আৱকাৰী বিভাগৰ অধীক্ষক দেৱজিৎ নাথৰ নেতৃত্বত এই অভিযান

অভিযানত ন মাইলত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

AS01DD3677 নম্বৰৰ বাহনখনেৰে অনা হৈছিল সুৰাসমূহ

ট্ৰাক চালক চাব্বিৰ খান আৰু হেণ্ডিমেন আকবৰক আটক কৰিছে অভিযানকাৰী দলটোৱে

ন মাইলেৰে হাফলং হৈ মণিপুৰলৈ সুৰাখিনি যোৱাৰ পৰিকল্পনা আছিল

নথি-পত্ৰ বিহীন ভাৱে সুৰা সমূহ সৰবৰাহ কৰাৰ চেষ্টা

আৱকাৰী বিভাগৰ অনুসন্ধানত পোহৰলৈ আহে এই তথ্য

ট্ৰাকৰ পৰা আৱকাৰী বিভাগ জব্দ কৰিছে ৮০০ কাৰ্টুন মেঘালয়ৰ বিয়েৰ

বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *