ওদালগুৰিৰ খৈৰাবাৰীত গুলীচালনাৰ ঘটনা
পোষ্ট অফিচৰ কৰ্মচাৰীক আক্ৰমণ দুৰ্বৃত্তৰ
বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত কেশৱ ঝা নামৰ যুৱকজন
লোকজনক আক্ৰমণ কৰি শূন্যলৈ গুলীচালনা কৰে দুই দুৰ্বৃত্তই
গুলীচালনা কৰি কেশৱ ঝাৰ বাইক,বেগ কাঢ়ি নিয়াৰ চেষ্টা
এখন বাইকত আহিছিল দুই দুৰ্বৃত্ত
স্থানীয় লোক উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই দুৰ্বৃত্তই