Share and Enjoy !

Shares

নিশাও উত্তাল হৈ থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত অনিয়মৰ অভিযোগ তুলি প্ৰতিবাদ

প্ৰথমে পথ অৱৰোধ কৰি প্ৰতিবাদত বহে একাংশ শিক্ষার্থীয়ে

তাৰ পাছত পঞ্জীয়ক ড° উৎপল শৰ্মাৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ

অভিযোগ আছিল মনোনয়ন বৈধ ঘোষণা হোৱা পাছতো কেনেকৈ নাকচ হ’ল সাধাৰণ সম্পাদকৰ প্ৰাৰ্থিত্ব

নয়ন আকাশ বৰাৰ প্ৰাৰ্থিত্ব কোনো কাৰণ নোহোৱাকৈ নাকচ কৰাৰ অভিযোগ

বুধবাৰে প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্র বৈধ ঘোষণা কৰিছিল নিৰ্বাচন সমিতিয়ে

বৃহস্পতিবাৰে মনোনয়ন পত্র প্রত্যাহাৰৰ দিনা ৰহস্যজনক ভাৱে নাকচ কৰে প্ৰাৰ্থীগৰাকীৰ প্ৰাৰ্থিত্ব

GU কৰ্তৃপক্ষই ABVPৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ

নিৰ্বাচন সমিতিয়ে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য প্ৰতিবাদকাৰীৰ

যাৰ বাবে এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষার্থীসকলে

ইফালে সমান্তৰাল ভালে প্ৰাৰ্থিত্ব বঞ্চিত নয়ন আকাশ বৰাই অনশন বহি সাব্যস্ত কৰে প্ৰতিবাদ

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *