Share and Enjoy !

Shares

বঙাইগাঁৱত বুজন পৰিমাণৰ সন্দেহজনক বাৰ্মিজ চুপাৰি জব্দ

নিউ বঙাইগাঁও জংচনত জব্দ ১১৭ বস্তা বাৰ্মিজ চুপাৰি

GRP-এ অভিযান চলাই জব্দ কৰে ৬ বস্তা আফুগুটি

নামনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা জব্দ বাৰ্মিজ চুপাৰিখিনি

ডিব্ৰুগড়ৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰিছিল চুপাৰিখিনি

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নিউ বঙাইগাঁও GRP-এ।

Leave a Reply

Your email address will not be published. Required fields are marked *