Share and Enjoy !

Shares

শিলচৰ পৌৰ নিগমৰ সমাগত নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁট প্ৰাৰ্থীৰ হৈ অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই প্ৰচাৰ অভিযান চলায়।

ইয়াৰ উপৰি, মন্ত্ৰী বৰাই বিজেপিৰ কাছাৰ জিলা সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে।

এই মত বিনিময় কাৰ্যসূচীত মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থৰ লগতে কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *