Share and Enjoy !

Shares

পাঠশালাৰ ২৭ নং ঘাইপথত ভয়াবহ দুৰ্ঘটনা।

নিয়ন্ত্ৰণহীন বাছে মহতিয়াই নিলে একেলগে দুখন বাইক।

কখমপি প্ৰানৰক্ষা বহু যাত্ৰীৰ।

বাইক দুখনত থকা তিনিজনলোক আহত।

ঘটনা সংঘটিত কৰি পলাতক চালক।

Leave a Reply

Your email address will not be published. Required fields are marked *