মহানগৰীৰ হাতীগাঁৱৰ PGত মালিক আৰু ভাৰাতীয়া যুৱতীৰ মাজত প্ৰচণ্ড মাৰপিট
যুৱতীয়ে PG কর্তৃপক্ষৰ গাৰ কাপোৰ ফালি শাৰীৰিকভাৱে আক্ৰমণৰ অভিযোগ
মাতৃক বচাবলৈ যোৱা ১৩ বছৰীয়া সন্তানকো আক্ৰমণৰ অভিযোগ
দেৱদাৰু পথৰ হাউছ নং ২৮ৰ এটা PGত এই মাৰপিটৰ ঘটনা
ঘটনা সন্দৰ্ভত দিছপুৰ থানাত পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ
যুৱতীগৰাকীয়ে দীর্ঘদিন ধৰি বিভিন্ন অশান্তি দি অহাৰ অভিযোগ