Share and Enjoy !

Shares

যোৰহাটত চাঞ্চল্যকৰ ঘটনা।

নিচাসক্ত যুৱকে প্ৰহাৰ কৰিলে আৰক্ষীক।

কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ জোৱানক প্ৰহাৰ।

ডছ এণ্ড কো-চাৰিআলিত সংঘটিত এই ঘটনা।

প্ৰথমে আন কেইজনমান লোকক আক্ৰমণ। তাৰ পাছতে বাধা দিবলৈ যোৱা জোৱানজনক প্ৰহাৰ।

অৱশেষত নিচাসক্ত যুৱকজনক আটক কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *