Share and Enjoy !

Shares

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ বাবে অপেক্ষা কৰি থকা সকলো পৰ্যটকৰ বাবে সুখবৰ ।

৩ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।

৩ অক্টোবৰৰ পৰা অৱশ্যে কাজিৰঙাত আৰম্ভ হ’ব কেৱল জীপ ছাফাৰীহে।

Leave a Reply

Your email address will not be published. Required fields are marked *