Share and Enjoy !

Shares

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দেৱাশীষ শৰ্মাৰ

নগাঁও সদৰ থানাত এজাহাৰ দাখিল বিজেপি প্রার্থী দেৱাশীষ শৰ্মাৰ

মমতাজ বেগমক এনকাউণ্টাৰ কৰাৰ অভিযোগক লৈ এজাহাৰ দাখিল

মমতাজ বেগমক এনকাউণ্টাৰ কৰাৰ অভিযোগ তুলি বিতর্কিত মন্তব্য আজমলৰ

নির্বাচনী সভাত দেৱাশীষ শৰ্মাক লৈ বিতর্কিত মন্তব্য কৰিছিল আজমলে

Leave a Reply

Your email address will not be published. Required fields are marked *