যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৰণ্যমানৱ যাদৱ পায়েং
JMCHত উপস্থিত হৈ অৰণ্যমানৱ যাদৱ পায়েঙৰ স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
অসুস্থ হৈ যোৱা দুদিন যোৰহাট মেডিকেল কলেজত ভৰ্তি হৈ আছে পদ্মশ্ৰী যাদৱ পায়েং
চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ