জালুকবাৰী আৰক্ষীৰ জালত দুটাকৈ মোবাইল চোৰ।
জালুকবাৰী, মালিগাঁও, পাণ্ডু অঞ্চলত দীর্ঘদিনে সন্ত্রাস চলাইছিল দুই চোৰে।
আৰক্ষীৰ অভিযানত আটক হয় দুই গভাইত চোৰ দুটাক।
ধৃত চোৰ কেইটাৰ ৰাজেশ পাঁচৱান আৰু আদম আলি।বুলি জানিব পৰা গৈছে।
অভিযানত উদ্ধাৰ ৬ টাকৈ চুৰি মোবাইল, অন্য সামগ্রী।
আৰক্ষীৰ অভিযান অব্যাহত।