Share and Enjoy !

Shares

বঢ়মপুৰৰ ধনতোলা চাহ বাগিচাৰ নলাত বাগৰি পৰিল যাত্ৰীবাহী টেম্পু।

জানিব পৰা মতে, দুৰ্গা পূজা চাই উভতি অহাৰ পথতে চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

টেম্পুখনত মুঠ ১০গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত আহত কেইবাগৰাকী যাত্ৰী।

দুৰ্ঘটনাটোত আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *