Share and Enjoy !

Shares

বঙাইগাঁৱৰ হোটেল জাহ্নৱী ৰিজেন্সীত চাঞ্চল্যকৰ ঘটনা।

হোটেলখনৰ ১০২ নম্বৰ কোঠাৰ পৰা উদ্ধাৰ CM ভিজিলেন্সৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ।

অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰা হয় DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ।

এই ঘটনাক কেন্দ্ৰ কৰি বঙাইগাঁৱত সৃষ্টি হৈছে চাঞ্চল্যৰ।

ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ।

Leave a Reply

Your email address will not be published. Required fields are marked *