নিশা প্ৰচণ্ড শীতৰ মাজতেই বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিহত এজন আনহাতে নিখোঁজ দুজন। কথমপি প্ৰাণৰক্ষা এজনৰ।
বঙাইগাঁও জিলাৰ বোৱালীমাৰীত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা
প্ৰচণ্ড শীতৰ বাবেই পথৰ পৰা বলেৰো বাহন এখন চিটিকি চম্পাৱতী নৈৰ পানীত পৰে।
ঘটনাস্থলীত ইতিমধ্যে SDRF বাহিনী উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে।