Share and Enjoy !

Shares

ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ।

১০ নৱেম্বৰত ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ধন জমা হ’ব বেংক একাউণ্টত।

সামাজিক মাধ্যমযোগে এই সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমযোগে এই সুখবৰ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ধন লাভ কৰা ছাত্ৰ-ছাত্ৰীক প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা উল্লেখ কৰে। পূজাৰ পূৰ্বে এটা কিস্তি আৰু পূজাৰ পিছত আনটো কিস্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি অনুসৰি ছেপ্টেম্বৰ মাহৰ ধন ২৮ অক্টোবৰত হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *