যোগীঘোপাৰ বোৱালীমাৰীত নিশা ভয়ংকৰ দুৰ্ঘটনাযোগীঘোপাৰ বোৱালীমাৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা

Share and Enjoy !

Shares

যোগীঘোপাৰ বোৱালীমাৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা। ৰাজপথৰ পৰা চম্পাৱতী নৈত বাগৰিল বলেৰ’ বাহন।

চম্পাৱতী নৈৰ পৰা এজন লোকৰ মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো চাপৰৰ কুৰ্শাকাটী নলডোবাৰ বক্কাৰ আলীৰ। বৰ্তমানো নৈত সন্ধানহীন আজহাৰ আলী মণ্ডল নামৰ লোকজন।

আকিদুল ইছলাম, জুব্বাৰ আলী নামৰ দুজনক জীৱন্তে উদ্ধাৰ।

ঘটনাস্থলীত উপস্থিত মাজেৰ আলগা আৰক্ষী-SDRF। বলেৰ’ বাহনখনত আছিল মুঠ চাৰিজনকৈ লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *