Share and Enjoy !

Shares

কৈলাশ লোহিয়াৰ দেহৰক্ষীয়ে দিয়া গোচৰৰ পৰা ৰেহাই অখিল গগৈ।

১৪ বছৰৰ মূৰত আজি আদালতে দোষমুক্ত কৰে অখিলক।

অখিলৰ হৈ আদালতত যুক্তি দৰ্শাইছিল অধিবক্তা তপন দেউৰী, অধিবক্তা জ‍্যোতি ৰাভা, অজন্তা পেগুৱে।

এই গোচৰৰ পৰা মুক্ত হ’ল কমল কুমাৰ মেধি, ৰেখা দৈমাৰী, সাগৰিকা মণ্ডল, সুভদ্ৰা ৰয় আৰু যামিনী ৰয়।

Leave a Reply

Your email address will not be published. Required fields are marked *