Share and Enjoy !

Shares

শিৱসাগৰত অভিনন্দন গ্ৰন্থ উন্মোচন।

বিশিষ্ট শিক্ষাবিদ সাহিত্যিক পদ্মলতা য়েইনৰ অভিনন্দন গ্ৰন্থ “সব্যসচী পদ্মলতা” উন্মোচনী অনুষ্ঠান সম্পন্ন।

অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে—টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা লেখিকা সংস্থাৰ অসমৰ সভাপতি মামনি গগৈই বৰুৱাই।
শিৱসাগৰ কাংকান নগৰৰ মুৰং ঘৰৰ গাম্ভীৰ্য্যতাপূৰ্ণ উন্মোচনী অনুষ্ঠানত বিশিষ্ট কবি গংগামোহন মিলি আদিকে ধৰি শতাধিক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন হৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *